যমুনামুখত সাংবাদিকক আক্ৰমণ বন মাফিয়াৰ
2019-06-24 401 Dailymotion
অবৈধভাৱে শিল কঢ়িওৱা ট্ৰাকৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে সাংবাদিক আৰি কেমেৰা পাৰ্ছনক আক্ৰমণ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অভিযুক্তকেইজন ক্ৰমে নৰশ্বাদ আলী, পাপু ভূঞা, মীৰ হুচেইন, চাবিৰ আহমেদ আৰু ইব্ৰাহিম আলী।